2014
গছ
সেউজীয়া পাত
ঠাৰি ডালৰ গছ ।
আমবোৰ পকা পকা
আছে বহু ৰছ ।।
মিঠা মিঠা আম
খাবলৈ পাও।
ন'হলে কিয়
আৰু বলা যাঁও।।
আম ক'ল কঠাল
আমাৰ মিঠা।
যেন কেতিয়াও নাপাও
ফলবোৰত তিতা।।
~ধনজিৎ বিশ্বাসdhanjitbixwaxpoem.blogspot.com
গছ
সেউজীয়া পাত
ঠাৰি ডালৰ গছ ।
আমবোৰ পকা পকা
আছে বহু ৰছ ।।
মিঠা মিঠা আম
খাবলৈ পাও।
ন'হলে কিয়
আৰু বলা যাঁও।।
আম ক'ল কঠাল
আমাৰ মিঠা।
যেন কেতিয়াও নাপাও
ফলবোৰত তিতা।।
~ধনজিৎ বিশ্বাসdhanjitbixwaxpoem.blogspot.com
Comments
Post a Comment