2014 গছ সেউজীয়া পাত ঠাৰি ডালৰ গছ । আমবোৰ পকা পকা আছে বহু ৰছ ।। মিঠা মিঠা আম খাবলৈ পাও। ন'হলে কিয় আৰু বলা যাঁও।। আম ক'ল কঠাল আমাৰ মিঠা। যেন কেতিয়াও নাপাও ফলবোৰত তিতা।। ~ধনজিৎ বিশ্বাস dhanjitbixwaxpoem.blogspot.com
2012 আমাৰ ঘৰ ঘৰখন লাহে লাহে বনাই আছো আমি। সকলো কাম কৰি আছো সাজি কাচি।। ঘৰ ইটাৰে আৰু বালিৰে সজাইছো এ'দম। পানী চিমেন্ট আৰু বালিৰে ইংৰাজীত কব পাৰি হ'ম।। টিন লগালো পকী কৰিলো হয় গ'ল পূৰা। বস্তু বাহিনী আনি সজালো হৈ উঠিল সম্পূৰ্ণ ।। ~Dhanjit Bixwax dhanjitbixwaxpoem.blogspot.com