2013
নদী
সকলো নৈ
থাকিবই বই।
এইবোৰ নৈ
নাজায় জানো ৰৈ ৰৈ।।
এই নদী
প্ৰকৃতিৰ নদী।
নাও কাগজৰ
দিও যদি।।
নদী নদী
দেশৰ নদী।
সকলো দেশত
বৈ আছে যদি।।
~ Dhanjit Bixwax dhanjitbixwaxpoem.blogspot.com
নদী
সকলো নৈ
থাকিবই বই।
এইবোৰ নৈ
নাজায় জানো ৰৈ ৰৈ।।
এই নদী
প্ৰকৃতিৰ নদী।
নাও কাগজৰ
দিও যদি।।
নদী নদী
দেশৰ নদী।
সকলো দেশত
বৈ আছে যদি।।
~ Dhanjit Bixwax dhanjitbixwaxpoem.blogspot.com
Comments
Post a Comment