Skip to main content

অসমীয়া কবিতা

২০১২

বতৰ

যি দেখো যি ভাবো
  বতৰৰ অনুভৱ
পৰিবেশৰ লগত মিলি
   ৰ,দ বতাহৰ কৌশল

ডাৱৰ কলা বগা
 গীতেৰে ধম্ চম্
বিজুলীৰ ঢেৰেকনী
বৰষুনৰ ৰম্ ধম্

ৰদ আহে বতাহ আহে
কোনে কৰি যায়
অকল পৃথিৱীত নে?
গ্ৰহতো বতৰ আছেনে নাই

~Dhanjit Bixwax
bhabeshbixwax.blogspot.com

Comments

Popular posts from this blog

অসমীয়া কবিতা

2013 নদী সকলো নৈ       থাকিবই বই। এইবোৰ নৈ        নাজায় জানো ৰৈ ৰৈ।। এই নদী    প্ৰকৃতিৰ নদী। নাও কাগজৰ    দিও যদি।। নদী নদী   দেশৰ নদী। সকলো দেশত   বৈ আছে যদি।।   ~ Dhanjit Bixwax dhanjit bixwaxpoem.blogspot.com

অসমীয়া কবিতা

2012         আমাৰ ঘৰ    ঘৰখন লাহে লাহে         বনাই আছো আমি।              সকলো কাম                   কৰি আছো সাজি কাচি।। ঘৰ ইটাৰে আৰু বালিৰে       সজাইছো এ'দম।             পানী চিমেন্ট আৰু বালিৰে                    ইংৰাজীত কব পাৰি হ'ম।। টিন লগালো পকী কৰিলো     হয় গ'ল পূৰা।          বস্তু বাহিনী আনি সজালো                হৈ উঠিল সম্পূৰ্ণ ।।        ~Dhanjit Bixwax dhanjitbixwaxpoem.blogspot.com

অসমীয়া কবিতা

2014 গছ সেউজীয়া পাত      ঠাৰি ডালৰ গছ । আমবোৰ পকা পকা     আছে বহু ৰছ ।। মিঠা মিঠা আম     খাবলৈ পাও। ন'হলে কিয়     আৰু বলা যাঁও।। আম ক'ল কঠাল    আমাৰ মিঠা। যেন কেতিয়াও নাপাও    ফলবোৰত তিতা।।                  ~ধনজিৎ বিশ্বাস dhanjitbixwaxpoem.blogspot.com