17/04/2013
গছ
গছ দৰকাৰী
এই বিশ্বৰ।
সেউজীয়া কৰি তুলে
নতুন দৃশ্যৰ॥
গছৰ বতাহ বলে
গছে খাদ্য দিয়ে।
গছ নাথাকিলে
কোনে কৰিব এনে॥
এই পৃথিৱী
গছেৰে জয়।
নদ নদী বৈ যোৱা
গছে পানী শুহি লয়॥
~ Dhanjit Bixwaxbhabeshbixwax.blogspot.com
গছ
গছ দৰকাৰী
এই বিশ্বৰ।
সেউজীয়া কৰি তুলে
নতুন দৃশ্যৰ॥
গছৰ বতাহ বলে
গছে খাদ্য দিয়ে।
গছ নাথাকিলে
কোনে কৰিব এনে॥
এই পৃথিৱী
গছেৰে জয়।
নদ নদী বৈ যোৱা
গছে পানী শুহি লয়॥
~ Dhanjit Bixwaxbhabeshbixwax.blogspot.com
Comments
Post a Comment