2012
গছ
গছৰ নানা ফুল
গছৰ নানা ফল।
কেতিয়াবা ভাবো
এইবোৰ কেনেকৈ হ'ল।।
গছৰ ঠাৰি ডাল
গছৰ পকা আম।
এই ফলবোৰক
কেতিয়া দিলে নাম।।
জাম কঠাল মধুৰি
নানা সোৱাদ পাও।
ফলবোৰক খাই খাই
গছলৈ জুমি চাও।।
~ Dhanjit Bixwaxbhabeshbixwax.blogspot.com
গছ
গছৰ নানা ফুল
গছৰ নানা ফল।
কেতিয়াবা ভাবো
এইবোৰ কেনেকৈ হ'ল।।
গছৰ ঠাৰি ডাল
গছৰ পকা আম।
এই ফলবোৰক
কেতিয়া দিলে নাম।।
জাম কঠাল মধুৰি
নানা সোৱাদ পাও।
ফলবোৰক খাই খাই
গছলৈ জুমি চাও।।
~ Dhanjit Bixwaxbhabeshbixwax.blogspot.com
Hi
ReplyDelete