2012
ৰামধেনু
মোহনীয়া ৰামধেনু
কৰে ধুনীয়া ।
অ ৰামধেনু অ
তোমাৰ ৰং মোক দিয়া॥
আকাশত ৰামধেনু
ধুনীয়া সূচায়।
সকলোৱে মিলি
ৰামধেনু চায়॥
প্ৰকৃতিৰে ভৰা
ৰামধেনু হয়।
এই ৰামধেনু
আকাশে লয়॥
~ Dhanjit Bixwaxbhabeshbixwax.blogspot.com
ৰামধেনু
মোহনীয়া ৰামধেনু
কৰে ধুনীয়া ।
অ ৰামধেনু অ
তোমাৰ ৰং মোক দিয়া॥
আকাশত ৰামধেনু
ধুনীয়া সূচায়।
সকলোৱে মিলি
ৰামধেনু চায়॥
প্ৰকৃতিৰে ভৰা
ৰামধেনু হয়।
এই ৰামধেনু
আকাশে লয়॥
~ Dhanjit Bixwaxbhabeshbixwax.blogspot.com
Comments
Post a Comment