২০১২
বানপানী
ভয়ংকৰ দৃশ্য দেখায়
বানপানী বুলি কয়।
বানপানী আহি গলে
মানুহৰ লাগে ভয়॥
বান ধৰিব নোৱাৰি
এটা দুৰ্যোগ ।
বানপানীৰে সকলো
নষ্ট অনিষ্ট॥
সকলো ডুব যায়
পানীৰে ভৰি পৰে।
কোনোবাই ভগৱানক মাতে
হে কৃষ্ণ হৰে॥
হা: হা:
~Dhanjit Bixwaxbhabeshbixwax.blogspot.com
বানপানী
ভয়ংকৰ দৃশ্য দেখায়
বানপানী বুলি কয়।
বানপানী আহি গলে
মানুহৰ লাগে ভয়॥
বান ধৰিব নোৱাৰি
এটা দুৰ্যোগ ।
বানপানীৰে সকলো
নষ্ট অনিষ্ট॥
সকলো ডুব যায়
পানীৰে ভৰি পৰে।
কোনোবাই ভগৱানক মাতে
হে কৃষ্ণ হৰে॥
হা: হা:
~Dhanjit Bixwaxbhabeshbixwax.blogspot.com
Comments
Post a Comment