24/04/2013
পাহাৰ
পাহাৰ সেউজীয়া
পাহাৰ মটিয়া ।
সেউজীয়া গছৰ ডাল
বাৰে বৰনীয়া॥
পাহাৰত জীৱ জন্তু
কৰে বসবাস।
চিকাৰি মানুহে
জীৱৰ কৰে নাস॥
পাহাৰ কাটি কুটি
ঘৰ দুৱাৰ হৈছে।
নদ নদীবোৰ
পাহাৰেৰে বৈছে॥
~ Dhanjit Bixwaxbhabeshbixwax.blogspot.com
পাহাৰ
পাহাৰ সেউজীয়া
পাহাৰ মটিয়া ।
সেউজীয়া গছৰ ডাল
বাৰে বৰনীয়া॥
পাহাৰত জীৱ জন্তু
কৰে বসবাস।
চিকাৰি মানুহে
জীৱৰ কৰে নাস॥
পাহাৰ কাটি কুটি
ঘৰ দুৱাৰ হৈছে।
নদ নদীবোৰ
পাহাৰেৰে বৈছে॥
~ Dhanjit Bixwaxbhabeshbixwax.blogspot.com
Comments
Post a Comment