2012
আমাৰ ঘৰ
ঘৰখন লাহে লাহে
বনাই আছো আমি।
সকলো কাম
কৰি আছো সাজি কাচি।।
ঘৰ ইটাৰে আৰু বালিৰে
সজাইছো এ'দম।
পানী চিমেন্ট আৰু বালিৰে
ইংৰাজীত কব পাৰি হ'ম।।
টিন লগালো পকী কৰিলো
হয় গ'ল পূৰা।
বস্তু বাহিনী আনি সজালো
হৈ উঠিল সম্পূৰ্ণ ।।
~Dhanjit Bixwaxbhabeshbixwax.blogspot.com
আমাৰ ঘৰ
ঘৰখন লাহে লাহে
বনাই আছো আমি।
সকলো কাম
কৰি আছো সাজি কাচি।।
ঘৰ ইটাৰে আৰু বালিৰে
সজাইছো এ'দম।
পানী চিমেন্ট আৰু বালিৰে
ইংৰাজীত কব পাৰি হ'ম।।
টিন লগালো পকী কৰিলো
হয় গ'ল পূৰা।
বস্তু বাহিনী আনি সজালো
হৈ উঠিল সম্পূৰ্ণ ।।
~Dhanjit Bixwaxbhabeshbixwax.blogspot.com
Comments
Post a Comment