2013
জীৱনৰ পাৰ্থক্য
নদী বই থাকিব
এদিন জীৱন শেষ।
তেতিয়া দেখা নাপাও
জীৱনৰ নানা বেশ॥
পৃথিৱী উন্নত
গঢ়ি থাকিব।
প্ৰদুষনৰ মাত্ৰা
বাঢ়ি থাকিব॥
নদী বই থাকিব
কিন্তু আধা যাব জীৱন।
জীৱনত অকল লাগে
পইচা ধন॥
~ Dhanjit Bixwaxbhabeshbixwax.blogspot.com
জীৱনৰ পাৰ্থক্য
নদী বই থাকিব
এদিন জীৱন শেষ।
তেতিয়া দেখা নাপাও
জীৱনৰ নানা বেশ॥
পৃথিৱী উন্নত
গঢ়ি থাকিব।
প্ৰদুষনৰ মাত্ৰা
বাঢ়ি থাকিব॥
নদী বই থাকিব
কিন্তু আধা যাব জীৱন।
জীৱনত অকল লাগে
পইচা ধন॥
~ Dhanjit Bixwaxbhabeshbixwax.blogspot.com
Comments
Post a Comment