2012
সোনমইনা আৰু আকাশ
সোনমইনাই আকাশ চাই
বৰ ভাল পাই।
আকাশ আকাশ বুলি
বৰ গান গাই।।
সোনমইনাই ভাৱে
আকাশত কি ৰামধেনু।
ৰঙলীয়া ধুনীয়া
সাতো ৰংৰ বেনু।।
আকাশত তৰা ওলাই
সোনমইনাই চাই ৰাতি।
সোনমইনাৰ অনুমান
আকাশত থাকেনো মাটি?
~ Dhanjit Bixwaxbhabeshbixwax.blogspot.com.
সোনমইনা আৰু আকাশ
সোনমইনাই আকাশ চাই
বৰ ভাল পাই।
আকাশ আকাশ বুলি
বৰ গান গাই।।
সোনমইনাই ভাৱে
আকাশত কি ৰামধেনু।
ৰঙলীয়া ধুনীয়া
সাতো ৰংৰ বেনু।।
আকাশত তৰা ওলাই
সোনমইনাই চাই ৰাতি।
সোনমইনাৰ অনুমান
আকাশত থাকেনো মাটি?
~ Dhanjit Bixwaxbhabeshbixwax.blogspot.com.
Comments
Post a Comment