2012
পৃথিৱী
এইখন পৃথিৱী
বিচিত্ৰ বিশাল।
কেনেনো ধুনীয়া শুৱনি
সেউজৰ পথাৰ।।
সাগৰ সমুদ্ৰ
বৰ বিশাল।
শুৱনি আমাক লাগে
বৰকৈ ভাল॥
আমাৰ পৃথিৱী
আমাক লাগে ভাল।
ধুনীয়া পৰিৱেশৰ বাবে
পথাৰত লাগে ধান॥
~Dhanjit Bixwaxbhabeshbixwax.blogspot.com
পৃথিৱী
এইখন পৃথিৱী
বিচিত্ৰ বিশাল।
কেনেনো ধুনীয়া শুৱনি
সেউজৰ পথাৰ।।
সাগৰ সমুদ্ৰ
বৰ বিশাল।
শুৱনি আমাক লাগে
বৰকৈ ভাল॥
আমাৰ পৃথিৱী
আমাক লাগে ভাল।
ধুনীয়া পৰিৱেশৰ বাবে
পথাৰত লাগে ধান॥
~Dhanjit Bixwaxbhabeshbixwax.blogspot.com
Comments
Post a Comment