2012
বৰষুন
কিন কিন বৰষুন
চালিত পৰিলগৈ।
পানীৰে ভৰি
বোকা মাটি হয়॥
বৰষুনৰ শব্দৰে
বৰষুনৰ আটক।
বৰষুনৰ পানীৰে
মানুহৰ ঘাটক॥
বৈ যায় লৈ যায়
পানীৰে উটুৱাই ।
মেঘৰ ধব্বনিয়ে
ঘিৰ্ মিৰ্ গীত গায়॥
~ Dhanjit Bixwaxbhabeshbixwax.blogspot.com
বৰষুন
কিন কিন বৰষুন
চালিত পৰিলগৈ।
পানীৰে ভৰি
বোকা মাটি হয়॥
বৰষুনৰ শব্দৰে
বৰষুনৰ আটক।
বৰষুনৰ পানীৰে
মানুহৰ ঘাটক॥
বৈ যায় লৈ যায়
পানীৰে উটুৱাই ।
মেঘৰ ধব্বনিয়ে
ঘিৰ্ মিৰ্ গীত গায়॥
~ Dhanjit Bixwaxbhabeshbixwax.blogspot.com
Comments
Post a Comment