2012
প্ৰকৃতি কি?
প্ৰকৃতিয়ে জানেনে
প্ৰকৃতিৰ কথা।
ভুমিকম্প বানপানী
প্ৰকৃতিৰ প্ৰথা॥
কৰবাত ধুমুহা
কৰবাত ভুমিস্থলন ।
এইবোৰ ঘটনা
কৰে কোনজন॥
কেনে প্ৰকৃতি
কেনে জীৱন।
মাটি পানী বায়ুৰে
আমাৰ পৃথিৱীখন॥
~ধনজিৎ বিশ্বাসbhabeshbixwax.blogspot.com
প্ৰকৃতি কি?
প্ৰকৃতিয়ে জানেনে
প্ৰকৃতিৰ কথা।
ভুমিকম্প বানপানী
প্ৰকৃতিৰ প্ৰথা॥
কৰবাত ধুমুহা
কৰবাত ভুমিস্থলন ।
এইবোৰ ঘটনা
কৰে কোনজন॥
কেনে প্ৰকৃতি
কেনে জীৱন।
মাটি পানী বায়ুৰে
আমাৰ পৃথিৱীখন॥
~ধনজিৎ বিশ্বাসbhabeshbixwax.blogspot.com
Comments
Post a Comment