2012
ফুলৰ বাগিছা
ফুলটি ৰঙা ৰংৰ
ঘৰৰ কাষত সজা।
শাৰি শাৰিকৈ থাকিলে
দেখিবলৈ মজা॥
তগৰ জৱা নাহৰেৰে
ধুনীয়া সূচাইছে।
সেউজীয়া গছৰে
বাগিছা হৈছে॥
ৰঙা নীলা হালধীয়া
ৰঙলীয়া হয়।
গছ ৰুলে ভাল
সকলোৱে কয়॥
~Dhanjit Bixwaxbhabeshbixwax.blogspot.com
ফুলৰ বাগিছা
ফুলটি ৰঙা ৰংৰ
ঘৰৰ কাষত সজা।
শাৰি শাৰিকৈ থাকিলে
দেখিবলৈ মজা॥
তগৰ জৱা নাহৰেৰে
ধুনীয়া সূচাইছে।
সেউজীয়া গছৰে
বাগিছা হৈছে॥
ৰঙা নীলা হালধীয়া
ৰঙলীয়া হয়।
গছ ৰুলে ভাল
সকলোৱে কয়॥
~Dhanjit Bixwaxbhabeshbixwax.blogspot.com
Comments
Post a Comment