2012
গছ উপকাৰী
আমি গছ ৰুলে
উপকাৰ হ'ব।
আমাক মানুহে
কিমান কি ক'ব॥
ৰাস্তাৰ কাষে কাষে
গছবোৰ হ'ব।
শাৰি শাৰিকৈ
এডাল এডালেকৈ ৰ'ব॥
কি যে শুৱনি হ'ব
পৰিৱেশ সলনি হ'ব।
সেউজীয়াৰে ভৰি
মোহনীয়া কৰিব॥
~ Dhanjit Bixwaxbhabeshbixwax.blogspot.com
গছ উপকাৰী
আমি গছ ৰুলে
উপকাৰ হ'ব।
আমাক মানুহে
কিমান কি ক'ব॥
ৰাস্তাৰ কাষে কাষে
গছবোৰ হ'ব।
শাৰি শাৰিকৈ
এডাল এডালেকৈ ৰ'ব॥
কি যে শুৱনি হ'ব
পৰিৱেশ সলনি হ'ব।
সেউজীয়াৰে ভৰি
মোহনীয়া কৰিব॥
~ Dhanjit Bixwaxbhabeshbixwax.blogspot.com
Comments
Post a Comment