2012
সাগৰ
বহু বিশাল এই
মহা সাগৰ।
সাতুৰিব পাৰিলে
লাগিব ভাগৰ॥
নোৱাৰিব সাতুৰিব
প্ৰকাণ্ড সাগৰ।
এই সাগৰ
কিমান বা আগৰ॥
কৃষ্ণা কাবেৰি
সাগৰত পৰে।
চুনামিৰে সাগৰক
ভুমিকম্পন কৰে॥
~Dhanjit Bixwaxbhabeshbixwax.blogspot.com
সাগৰ
বহু বিশাল এই
মহা সাগৰ।
সাতুৰিব পাৰিলে
লাগিব ভাগৰ॥
নোৱাৰিব সাতুৰিব
প্ৰকাণ্ড সাগৰ।
এই সাগৰ
কিমান বা আগৰ॥
কৃষ্ণা কাবেৰি
সাগৰত পৰে।
চুনামিৰে সাগৰক
ভুমিকম্পন কৰে॥
~Dhanjit Bixwaxbhabeshbixwax.blogspot.com
Comments
Post a Comment