2012
গছ
ফল দিয়ে বায়ু দিয়ে
গছনে বাৰু।
গছৰ পৰা পাত সৰিলে
চোতালত পৰে ঝাৰু॥
গছৰ তলত আশ্ৰয় লও
ছা পাবলৈ।
আমি বাৰু গছ ৰুও
পৰিবেশ হবলৈ॥
গছ দৰকাৰী
বিশ্বৰ জনাজাত।
ফল মুল ঔষধ
মানুহৰ লাগে গাত॥
~ Dhanjit Bixwaxbhabeshbixwax.blogspot.com
গছ
ফল দিয়ে বায়ু দিয়ে
গছনে বাৰু।
গছৰ পৰা পাত সৰিলে
চোতালত পৰে ঝাৰু॥
গছৰ তলত আশ্ৰয় লও
ছা পাবলৈ।
আমি বাৰু গছ ৰুও
পৰিবেশ হবলৈ॥
গছ দৰকাৰী
বিশ্বৰ জনাজাত।
ফল মুল ঔষধ
মানুহৰ লাগে গাত॥
~ Dhanjit Bixwaxbhabeshbixwax.blogspot.com
Comments
Post a Comment