2013
Half Yearly
নতুন বছৰ আহিল আৰু গল
এতিয়া জুলাইৰ আধা বছৰ হল
এতিয়া খেলিম ঘুৰিম
আৰু মজা লৈ উৰিম
এতিয়া ভুটানত যাম
আৰু যাম নাগালেণ্ড
ভুটানত যায় ভুটানত ফুৰিম
নাগালেণ্ডত যায় লেণ্ডত ঘুৰিম
ত্ৰিপুৰাত ফুৰিম, বহুতত ঘুৰিম
বহুতত যাম, বহুতত খাম
ভুটানত গলো বন্ধু পালো
নাগালেণ্ড লৈ পৰিবেশ চালো
ভাগৰি ভাগৰি ঘৰত আহি
অহা জুলাইৰ নতুন বছৰ
বহুত শুভেচ্ছা জনালো॥
~Dhanjit Bixwaxbhabeshbixwax.blogspot.com
Half Yearly
নতুন বছৰ আহিল আৰু গল
এতিয়া জুলাইৰ আধা বছৰ হল
এতিয়া খেলিম ঘুৰিম
আৰু মজা লৈ উৰিম
এতিয়া ভুটানত যাম
আৰু যাম নাগালেণ্ড
ভুটানত যায় ভুটানত ফুৰিম
নাগালেণ্ডত যায় লেণ্ডত ঘুৰিম
ত্ৰিপুৰাত ফুৰিম, বহুতত ঘুৰিম
বহুতত যাম, বহুতত খাম
ভুটানত গলো বন্ধু পালো
নাগালেণ্ড লৈ পৰিবেশ চালো
ভাগৰি ভাগৰি ঘৰত আহি
অহা জুলাইৰ নতুন বছৰ
বহুত শুভেচ্ছা জনালো॥
~Dhanjit Bixwaxbhabeshbixwax.blogspot.com
Comments
Post a Comment